২১চেপ্তেম্বৰ, গুৱাহাটীঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ধুবুৰীৰ পৰা শদিয়ালৈ আজি আৰম্ভ কৰা “এক অসম যাত্ৰা”ক এক হাস্যকৰ কাৰ্যসূচী বুলি অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখপাত্ৰ কোঁৱৰে কয় যে লুৰিণজ্যোতি গগৈৰ এই যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক
Category: Assamese News
বিশ্বনাথৰ জিনজিয়া চাহ বাগিছাত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিহিক । জিনজিয়া চাহ বাগিছাৰ ফেক্টৰিৰ ভিতৰত সংঘটিত হ’ল এই হত্যাকাণ্ড । লব মুণ্ডা নামৰ খুলশালীয়েক জনে দাৰে পিছফালৰ পৰা আক্ৰমণ কৰি হত্যা কৰে লুকাছ তাঁতী নামৰ ভিনিয়েক গৰাকীক ।পাৰিবাৰিক কণ্ডলৰ বাবেই খুলশালীয়ে নিজ
পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। অংগনৱাড়ী সহায়িকাৰ চাকৰি দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰা
চুলি সৰা সমস্যা ৰোধৰ ক্ষেত্ৰত নহৰু খুবেই কাৰ্যকৰী৷ নহৰুৱে চুলি সৰা বন্ধ কৰাৰ লগতে উফি আৰু মূৰৰ ছালৰ ইনফেক্চন দূৰ কৰাত সহায় কৰে৷ অকল সেয়াই নহয়, বিশেষজ্ঞসকলৰ মতে নহৰুৱে নতুনকৈ চুলি গজাৰ ক্ষেত্ৰতো সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে চুলিৰ গুৰিত তেল সনাৰ দৰে নহৰুৰ ৰস লগালে নতুনকৈ চুলি গজিবলৈ আৰম্ভ কৰে৷
হাতত জ্বলন্ত চিগাৰেট৷ লগত গৰম চাহ৷ এই অভ্যাস বহুতৰে৷ পিছে জানি থোৱা ভাল যে এনে অভ্যাসৰ পৰিণতি হ’ব পাৰে অতি ভয়ংকৰ৷ গৱেষণাত পোৱা তথ্যমতে অত্যধিক গৰম চাহ পান কৰাৰ অভ্যাসে ইছ’ফেজিয়াল কেন্সাৰৰ আশংকা বৃদ্ধি কৰে৷ এনালাইছিছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ আলোচনীত এই আশংকাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ আলোচনীখনৰ মতে যিসকল