ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা 🔷 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে এই সিদ্ধান্ত। 🔷 আছাম এক্সাইছ ৰুলছ-২০১৬ ৰ ৰুলছ-৩২৬ (বি)ৰ অধীনত এই নিৰ্দেশনা। 🔷 এই সময়ত সকলো অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান বন্ধ থাকিব।
Category: Assamese News
জিংক, তাম, ভিটামিন চি, ভিটামিন ই আৰু বিটা কেৰ’টিন চকুৰ বাবে পক্ষে খুবেই দৰকাৰী৷ আনহাতে অ’মেগা ৩ ফেটি এচিড, তাম, লুটিন আৰু জোন্থিন আদিও চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ মাছঃ অধিকাংশ মাছেই অ’মেগা ৩ ফেটি এচিডৰে সমৃদ্ধ৷ বিশেষকৈ তেলেতীয়া মাছত অ’মেগা ৩ বেছিকৈ থাকে৷ অ’মেগা ৩ সমৃদ্ধ মাছবোৰৰ ভিতৰত আছে টুনা,
আপেল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ই পুষ্টি গুণৰ ভঁৰাল৷ সেয়েহে বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ পৰামৰ্শ দিছে৷ খালী পেটতে এটাকৈ আপেল খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ আপেলত প্ৰটিন, আইৰণ, ফাইবাৰ, কেলছিয়াম, প’টাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ যাৰ বাবে নিয়মীয়াকৈ আপেল খোৱাৰ অভ্যাস কৰিলে শৰীৰত হ’ব পৰা বিভিন্ন ৰোগৰ পৰা
পৃথিৱীৰ হিচাপত ১৪ দিনত চন্দ্ৰত এটা দিন আৰু আন ১৪টা দিন নিশা। ১৪টা দিন পাৰ হোৱাৰ পিছত চন্দ্ৰমাৰ দেশত আঁতৰিছে আন্ধাৰ। এতিয়া সকলোৱে বাট চাইছে চন্দ্ৰযান–৩ৰ (Chandrayaan-3) ৰ’ভাৰ প্ৰজ্ঞান (Rover Pragyan) আৰু বিক্ৰম লেণ্ডাৰ (Lander Vikram) সাৰ পোৱালৈ। বিগত ১৪টা দিন ধৰি চন্দ্ৰমাৰ বুকুত শুই পৰিছিল প্ৰজ্ঞান আৰু বিক্ৰম। ১৪টা
দুশ্চিন্তা, জলবায়ু, ভেজাল খাদ্য আদিৰ কাৰণে কম বয়সতে চুলি পকিব পাৰে৷ তেতিয়া বিশেষভাৱে চুলিৰ যতন ল’ব লাগে৷ নাৰিকলৰ তেলৰ সৈতে আমলখি গুৰি গৰম কৰক৷ কিছুপৰ সিজোৱাৰ পাছত তেলৰ ৰং ৰঙচুৱা বা ক’লা হ’লে জুইৰ পৰা তেলখিনি নমাই ঠাণ্ডা হ’বলৈ দিব লাগে ঠাণ্ডা হ’লে সেই তেল চুলিত ব্যৱহাৰ কৰিলে চুলি ক’লা