কিছুমান ভেষজ উপাদানে স্বাস্থ্যৰ উপকাৰ কৰে৷ এনে এবিধ ভেষজ হৈছে চিৰতা৷ বহুতেই চিৰতাৰ নাম শুনিলেই বিৰক্তিবোধ কৰে৷ চিৰতাৰ সোৱাদ অতি তিতা৷ পিছে জানি আচৰিত হ’ব যে চিৰতাই বিভিন্ন শাৰীৰিক সমস্যাত মহৌষধৰ কাম কৰে৷ চিৰতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ তদুপৰি দেহৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ, জ্বৰ আৰু
Category: Assamese News
ডিমৰু ফল প্ৰায়ভাগৰেই পৰিচিত৷ পিছে ডিমৰুত থকা ঔষধি গুণৰ বিষয়ে বহুতেই নাজানে৷ লক্ষ্ণৌৰ প্ৰখ্যাত আয়ুৰ্বেদাচাৰ্য ডাঃ জীতেন্দ্ৰ শৰ্মাৰ মতে ডিমৰু স্বাস্থ্যৰ বাবে উপকাৰী৷ ৰাতি একাপ পানীত এটা বা দুটা শুকান ডিমৰু তিয়াই থৈ পিছদিনা পুৱা সেই পানী শুদা পেটত খালে উপকাৰ পোৱা যায়৷ ডিমৰু পানীৰ সৈতে আখৰোট বা বাদামো খাব
ডিজেল চালিত গাড়ীত এতিয়াই কেন্দ্ৰীয় চৰকাৰে বিক্ৰীকৰ বা প্ৰদূষণ কৰ হিচাপে ১০ শতাংশ কৰ আৰোপ কৰা নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে৷ অৱশ্যে অত্যধিক ডিজেল গাড়ী আৰু জেনেৰেটৰ বিক্ৰী হ’লে ভৱিষ্যতে চৰকাৰে তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি গাডকাৰিয়ে মন্তব্য কৰিছে৷ এই সকীয়নি দি
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত ৰাইজে যমৰ-যাতনা ভুগিলেও হাঁহি হাঁহি আদায় দিবলগীয়া হৈছে টোলকৰ৷ নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে যেন টোলকৰে কেঁকোৰা চেপা দিছে সৰ্বসাধাৰণ জনতাক৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অসম চৰকাৰে নতুনকৈ ১৮খন টোলগেট স্থাপনৰ অনুমতি দিয়াৰ সময়তে অসমৰ ৰাইজে মাত্ৰ এটা বছৰতে অভিলেখসংখ্যক টোলকৰ আদায় দিবলৈ বাধ্য হোৱাৰ বিস্ফোৰক তথ্য
গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নাম শুনিয়েই গৰজি উঠিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল৷ স্মাৰ্ট চিটী প্ৰকল্পৰ ব্যৰ্থতাৰ বাবে পাকে-প্ৰকাৰে পূৰ্বৰ সোণোৱাল চৰকাৰকে জগৰীয়া কৰি মন্ত্ৰী সিংঘালে কয়– ‘সময়মতে নিবিদা নোহোৱা, প্ৰজেক্ট সম্পূৰ্ণ নোহোৱা, মাটি নোপোৱা আদি বিভিন্ন কাৰণত পূৰ্বতে স্মাৰ্ট চিটীৰ কাম লেহেমীয়া হ’ল৷ এইবাৰ দেশৰ স্মাৰ্ট চিটীৰ যি