তেওঁ এগৰাকী আফগান কন্যা। কিন্তু ভাৰত আৰু ভাৰতীয় দলক ভাল পায়। সেয়ে দেওবাৰে ভাৰতীয় দলৰ হৈ এছিয়া কাপত উপস্থিত থাকিব। ৱাজমা আয়ুবী নাম যুৱতীগৰাকীৰ। ক্ৰিকেট আৰু বিৰাটৰ একান্ত অনুৰাগী। এছিয়া কাপ ফাইনেলৰ পূৰ্বে বিৰাট কোহলীৰ স্বাক্ষৰ কৰা জাৰ্ছী পিন্ধি ফটো পোষ্ট কৰিলে আফগান কন্যাগৰাকীয়ে। ৱাজমাই যি জাৰ্ছী পৰিধান কৰিছে, সেয়া
Category: Assamese News
১৭ ছেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজা। কিন্তু এইবাৰ বিশ্বকৰ্মা পূজা এদিন পলম হৈছে। ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে এইবাৰ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিশ্বকৰ্মা পূজা। প্ৰায় প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ বিশ্ব খনিকৰৰ পূজা আৰু এদিন কিয় পলম হ’ল? জ্যোতিষৰ মতে ইয়াৰ এটা নিৰ্দিষ্ট কাৰণ আছে। হিন্দু ধৰ্মত
‘স্বচ্ছ আৰু নিকাৰ পৰিভাষা বেলেগ৷ টকা খাই চাকৰি দিয়াটো হ’ল একপ্ৰকাৰৰ দুৰ্নীতি-অনিয়ম আৰু টকা নাখাই বে-আইনীভাৱে চাকৰি দিয়াটো এটা দুৰ্নীতি-অনিয়ম৷ –এই ভাষ্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ শুকুৰবাৰে গুৱাহাটীৰ ভঙাগড়স্থিত প্লাজা ইন হোটেলত অনুষ্ঠিত এখন সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত হোৱা চাকৰিৰ ভয়ংকৰ
পুৱা খোৱা খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে দিনটোৰ শাৰীৰিক অৱস্থা৷ সেয়ে নিজকে সতেজ কৰি ৰাখিবলৈ বহুতে শুদা পেটত কিবা নহয় কিবা খায়৷ কিন্তু পুষ্টি বিশেষজ্ঞসকলৰ মতে পুৱাই যদি খালী পেটত অমিতা খায়, তেন্তে অধিক সুফল পোৱা যায়৷ অমিতা স্বাস্থ্যৰ বাবে উপকাৰী৷ খালী পেটত অমিতা খালে দুগুণ উপকাৰ পোৱা যায়৷ বিশেষকৈ কেইটামান
৭৬% ৰেটিং লাভ কৰি শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী শীৰ্ষ তালিকাৰ সপ্তম স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন পঞ্চদশ স্থানত আছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনক ইয়াৰ পূৰ্বৰ সমীক্ষাতো শীৰ্ষ স্থানত আছিল প্ৰধানমন্ত্ৰী মোদী একেৰাহে তৃতীয়বাৰৰ বাবে লোকপ্ৰিয় নেতাৰ শীৰ্ষ স্থানত PM মোদী