কেৱল মদ্যপান কৰিলেই লিভাৰৰ ক্ষতি হয়, এই ধাৰণা ভুল৷ লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ মদ্যদান নকৰাই শ্ৰেয়, তদুপৰি খোৱাৰ ক্ষেত্ৰত কিছুমান খাদ্য বৰ্জন কৰিব লাগে৷ বহুক্ষেত্ৰত দেখা যায় নিজৰ কিছু ভুলৰ কাৰণে লিভাৰজনিত অসুখত ভুগিব লগা হয় বা লিভাৰ নষ্ট হয়৷ পুৱা টোপনিৰ পৰা উঠিয়েই অফিচলৈ বুলি দৌৰাদৌৰি কৰিব লগা হয়৷
Category: Assamese News
মায়ানগৰীৰ ৰঙীন দুনীয়াৰ মেকআপ আৰ্টিষ্ট নেইনা মাহাতো সন্ধানহীন। মোবাইলৰ চুইচ অফ। ঘৰতো নাই, শ্বুটিং স্পটতো নাই নেইনা। নাইগাঁৱৰ এপাৰ্টমেণ্টত অকলে থকা নেইনাক বিচাৰি হাহাকাৰ লাগিছে পৰিয়ালৰ। উপাই নাপাই ভনীয়েকে এজাহাৰ দাখিল কৰিলে আৰক্ষীৰ ওচৰত। সেয়া ১৪ আগষ্টৰ ঘটনা। ১৪ আগষ্টত এজাহাৰ দাখিল কৰাৰ ঠিক এমাহ পাছত মহাৰাষ্ট্ৰৰ নাইগাঁৱৰ পৰা ১৫০
গুৰুত্বহীন মেচত বংলাদেশৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ। এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলা নিয়মৰক্ষাৰ মেচত কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈক বেঞ্চত বহুৱাই খেল পথাৰত নামিছিল ৰোহিত বাহিনী। পিছে ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ এই সিদ্ধান্ত হ’ল হিতে বিপৰীত। পাকিস্তান, শ্ৰীলংকাক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে বাংলাদেশক সহজভাৱে লোৱাৰ
শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়।বিশ্বাস কৰা হয় যে, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে।যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে।ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই ব্যক্তিৰ জীৱন
কেৱল প্ৰেমেই নহয়, স্বামী-স্ত্ৰীৰ সম্পৰ্কত সন্মান আৰু বিশ্বাস থকাটোও খুবেই দৰকাৰী।ইয়াৰে এটাৰো যদি অভাৱ হয়, তেন্তে সেই সম্পৰ্ক সুখৰ নহয়।সকলো দম্পতীয়েই তেওঁলোকৰ সংগীৰ সৈতে অতি সুখৰে দিন পাৰ হোৱাটো কামনা কৰে।কিন্তু বহুসময়ত জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, স্বামী-স্ত্ৰীয়ে কেতবোৰ ভুল কৰে আৰু যিয়ে তেওঁলোকৰ সম্পৰ্ক কলুষিত কৰে।এনে হোৱাৰ ফলত বহুতেই