উদয়পুৰৰ ৰাজকীয় বিয়ালৈ গৈ হতবাক হৈ পৰিছিল অধ্যাপিকাগৰাকী। বিশ্ববিদ্যালয়ত থকা সময়ত চুমিক সহায় কৰিছিল অধ্যাপিকাগৰাকীয়ে। নিজৰ স্ক’লাৰশ্বিপৰ ধনো চুমিক দি দিছিল ড০ ৰূপলেখা বৰবৰাই। পলাতক অভিনেত্ৰী চুমি বৰা সন্দৰ্ভত মন্তব্য শিক্ষাগুৰুৰ।
Category: Assamese News
প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। ২৭ জুনত ভুক্তভোগীৰ পৰিয়ালে ডিগবৈ থানাত দাখিল কৰিছিল এজাহাৰ। গোচৰ ৰুজুৰ পৰিৱৰ্তে দুয়োপক্ষৰ মাজত বুজাবুজিৰ বাবেহে উঠি-পৰি লাগিছিল আৰক্ষী। এই সমগ্ৰ প্ৰক্ৰিয়াৰ দায়িত্বত আছিল ডিগবৈ থানাৰ SI বিতু শইকীয়া। দুয়োপক্ষৰ মাজত বুজাবুজি হোৱা দেখুৱাই অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে।
নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অপেক্ষা কৰি থকা সকলো পৰ্যটকৰ বাবে এটা সুখবৰ। অহা ১অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লগে লগে নতুন পৰ্যটন বৰ্ষ ২০২৪-২০২৫ আৰম্ভ হ’ব। ১অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন
নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ স্প’ৰ্টছ ক্লাৱ পেভিলিয়নৰ প্ৰেক্ষাগৃহত ৰবিবাৰে সন্ধিয়া ডিব্ৰুগড়ত সদ্য সমাপ্ত ৫২সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। নগাঁও জিলা ভাৰোত্তোলন সংস্থাই আয়োজন কৰা এই অনুষ্ঠানটোতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলকো লগতে সম্বৰ্দ্ধনা জনোৱা হয়। সংস্থাৰ উপদেষ্টা অসীম ভাৱালে আঁত ধৰা অনুষ্ঠানত
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ হিমাংশু কুমাৰ দাসৰ ৷ উল্লেখ্য যে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে কিছুদিন পূৰ্বে যোগদান কৰিছিল বিজেপিক ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ আনকি ছাত্ৰ একতা সভাই এই কাৰ্যক গৰিহণা দিয়াৰ লগতে জাভেদক হোষ্টেলত প্ৰৱেশ নিষিদ্ধ কৰিছিল