Category: Assamese News

দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ

চিআইএছএফ দলৰ সৰ্বমুঠ ৬৪টা পদক

চিআইএছএফ দলৰ সৰ্বমুঠ ৬৪টা পদক

জেভলিনত সোণৰ পদক লাভ উমাৰ পলাশবাৰী, ২০ জুলাই :চিআইএছএফৰ হেড কনিষ্টবল উমা চৌধাৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন দেখুৱাই ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে। বাৰ্মিংহামত অনুষ্ঠিত বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছ ২০২৫ত জেভেলিন নিক্ষেপ প্ৰতিযোগিতাত উমাই স্বৰ্ণ পদক লাভ কৰে। তেওঁৰ এই সাফল্যৰ বাবে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ) আৰু ৰাজ্য দুয়োটাতে

🔹চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন

🔹চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন

গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ কাহিনীত চাহ বাগানৰ কৰ্মৰত মহিলা-পুৰুষৰ শিক্ষা, স্বাস্থ্য, অন্ধবিশ্বাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মাদকদ্ৰব্যৰ অপব্যৱহাৰ নিবাৰণ আদি সজাগতামূলক দিশসমূহ দাঙি ধৰিছে। পুতলা নাট

মহাদেৱৰ আৰাধনাৰ বাবে বলবম যাত্ৰা আৰম্ভ গুৱাহাটী সাহানী কাৱৰিয়া এনজিঅ’ৰ

মহাদেৱৰ আৰাধনাৰ বাবে বলবম যাত্ৰা আৰম্ভ গুৱাহাটী সাহানী কাৱৰিয়া এনজিঅ’ৰ

১০৫ কিঃমিঃ পদব্ৰজে গৈ বাবা বৈদ্যনাথ ধামলৈ যাত্ৰা দলটোৰ গুৱাহাটী, ১০ জুলাইঃ গুৱাহাটী সাহনী কাৱৰীয়া এনজিঅ’ৰ প্ৰথমটো দলে কামাখ্যা ৰে’লৱে জংচনৰ পৰা আজি ব’ল বম উপলক্ষে যাত্ৰা আৰম্ভ কৰে। এনজিঅ’টিৰ সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰে ৬৪জনীয়া ভক্তৰ দলটোৱে। আজি আৰম্ভ কৰা যাত্ৰাৰ অন্তত শুক্ৰবাৰে পুৱা ১১