নেপালৰ কেন্দ্ৰীয় বেংক, নেপাল ৰাষ্ট্ৰ বেংকে দেশৰ সংশোধিত মানচিত্ৰৰ সৈতে নতুন বেংকনোট ছপা কৰাৰ প্ৰস্তুতি চলাইছে। সংশোধিত মানচিত্ৰখনত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে।
Category: Assamese News
২০২৫ চনত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়ো ভূমিৰ দুই আঞ্চলিক দল BPF-UPPLৰ একত্ৰিকৰণ প্ৰায় চূড়ান্ত হৈছে। দুয়োটা দলে গঠন কৰিছে কমিটী। বিজেপিৰ আগ্ৰাসন। চিন্তিত হৈছে বড়ো ভূমিৰ ৰাইজ। বড়ো ভূমিত ক্ষমতা হেৰুওৱাৰ শংকা BPF-UPPLৰ। সেয়ে দুয়োটা দলৰ মাজত একত্ৰিকৰণৰ বাবে চূড়ান্ত পৰ্যায়ত চলিছে আলোচনা। BPF-UPPLৰ
স্কুলীয়া সাজত স্কুলৰ সন্মুখৰ পৰা এখন অট’ত তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অট’ চালক গৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়ে ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱক জন নগাঁও বেচামাৰীৰ ইলিয়াচ আহমেদ বুলি জানিব পৰা গৈছে টীয়কৰ বনাই অঞ্চলত পকা মিস্ত্ৰীৰ কাম কৰি আছিল আটকাধীন ইলিয়াচ আহমেদে এই
অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহুলোকক কৰিছিল প্ৰৱঞ্চনা। ডিব্ৰুগড় জীৱন ফুকন নগৰত ঘৰ ৰঞ্জিত কাকতিৰ। অধিক তথ্যৰ বাবে ৰঞ্জিত কাকতিক জেৰা চলাইছে আৰক্ষীয়ে।
একশৰণ নামধৰ্ম প্ৰৱৰ্তক তথা অসমীয়া জাতি, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।