Category: Assamese News

বিশাল ফুকন জালত পৰাৰ পিছত নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি আৰক্ষীৰ অভিযান

বিশাল ফুকন জালত পৰাৰ পিছত নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি আৰক্ষীৰ অভিযান

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা। বৰ্তমান চুমী বৰাৰ ম’বাই ফোন চুইছ অফ আছে বুলি জানিব পৰা গৈছে। সম্পৰ্কীয়

আজিৰ দিনটোত এই ৰাশিৰ লোকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱা ভাল, মন শান্ত কৰি ৰাখক, চাওক ৩ ছেপ্টেম্বৰৰ ৰাশিফল

আজিৰ দিনটোত এই ৰাশিৰ লোকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱা ভাল, মন শান্ত কৰি ৰাখক, চাওক ৩ ছেপ্টেম্বৰৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে উপকাৰী হ’ব। যদি অধ্যয়নত মনোনিৱেশ কৰে তেন্তে ভাল ফলাফল পাব। এই দিনটোৱে কেৱল ব্যক্তিগত জীৱনতে নহয়, আপোনাৰ পেছাদাৰী জীৱনতো সফলতা আৰু সন্তুষ্টি কঢ়িয়াই আনিব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আৰু ইতিবাচক মানসিকতা বজাই ৰাখিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখা ভাল। আত্মনিয়ন্ত্ৰণ

অভিনেত্রী চুমী বৰা পলাতক! মহাপ্ৰৱঞ্চক বিশাল ফুকনক আটক কৰাৰ পাছতেই অন্তর্ধান চুমী বৰা

অভিনেত্রী চুমী বৰা পলাতক! মহাপ্ৰৱঞ্চক বিশাল ফুকনক আটক কৰাৰ পাছতেই অন্তর্ধান চুমী বৰা

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা। বৰ্তমান চুমী বৰাৰ ম’বাই ফোন চুইছ অফ আছে বুলি জানিব পৰা গৈছে। সম্পৰ্কীয়

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ যোৰহাট জিলা সমিতিৰ কাৰ্যনিবাহক সভা সম্পন্ন

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ যোৰহাট জিলা সমিতিৰ কাৰ্যনিবাহক সভা সম্পন্ন

আজি যোৰহাট জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ “কাৰ্যনিবাহক সভা”। সভাৰ আৰম্ভণিতেই পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ড° বি আৰ আম্বেদকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সভাত কেইবাজনো নতুন সদস্যক বিষয়বাব প্ৰদান কৰাৰ লগতে যোৰহাট

সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “শঙ্খধ্বনি শিল্পী সমাজ”ৰ দুদিনীয়াকৈ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “শঙ্খধ্বনি শিল্পী সমাজ”ৰ দুদিনীয়াকৈ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:– নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “শঙ্খধ্বনি শিল্পী সমাজ”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৱা ৩০ আৰু ৩১ আগষ্টত অনুষ্ঠিত হৈ যায়। বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৩০ আগষ্টত পুৱা পতাকা উত্তোলনৰ পাছত ৩১আগষ্টত পাঁচ গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে প্ৰতিষ্ঠাপক