ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত আটক হ’ল বিশাল ফুকন। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে। বিশালৰ এপাৰ্টমেণ্টত ৪ ঘণ্টাজোৰা তালাচীৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিশালক। বিশাল ফুকন থকা প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত এতিয়াও আৰক্ষীয়ে চলাই আছে অভিযান। মাত্ৰ
Category: Assamese News
মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা। বৰ্তমান চুমী বৰাৰ ম’বাই ফোন চুইছ অফ আছে বুলি জানিব পৰা গৈছে। সম্পৰ্কীয়
মেষ ৰাশি : আজিৰ দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে উপকাৰী হ’ব। যদি অধ্যয়নত মনোনিৱেশ কৰে তেন্তে ভাল ফলাফল পাব। এই দিনটোৱে কেৱল ব্যক্তিগত জীৱনতে নহয়, আপোনাৰ পেছাদাৰী জীৱনতো সফলতা আৰু সন্তুষ্টি কঢ়িয়াই আনিব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আৰু ইতিবাচক মানসিকতা বজাই ৰাখিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখা ভাল। আত্মনিয়ন্ত্ৰণ
মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা। বৰ্তমান চুমী বৰাৰ ম’বাই ফোন চুইছ অফ আছে বুলি জানিব পৰা গৈছে। সম্পৰ্কীয়
আজি যোৰহাট জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ “কাৰ্যনিবাহক সভা”। সভাৰ আৰম্ভণিতেই পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ড° বি আৰ আম্বেদকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সভাত কেইবাজনো নতুন সদস্যক বিষয়বাব প্ৰদান কৰাৰ লগতে যোৰহাট