নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:– নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “শঙ্খধ্বনি শিল্পী সমাজ”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৱা ৩০ আৰু ৩১ আগষ্টত অনুষ্ঠিত হৈ যায়। বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৩০ আগষ্টত পুৱা পতাকা উত্তোলনৰ পাছত ৩১আগষ্টত পাঁচ গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে প্ৰতিষ্ঠাপক
Category: Assamese News
যিকোনো বেনাৰ-পোষ্টাৰত প্ৰাধান্য পাব লাগিব অসমীয়া ভাষা মিৰ্জা, ১ চেপ্তেম্বৰঃ আজি বীৰ লাচিত সেনা অসমৰ দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আঞ্চলিক সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি দক্ষিণ কামৰূপত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ স্বত্বাধিকাৰী সমূহক তেওঁলোকৰ দোকান-পোহাৰ, উদ্যোগ প্ৰতিষ্ঠান সমূহৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাই । কিয়নো
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভীমডঙাত আজি পুৱা হাতী পোৱালি উদ্ধাৰ। যোৱা ৰাতি অহা জাকৰ মাজৰ পৰা এৰা খাই ভিমদঙা চুছেল ফৰেষ্ট ৰৈ গৈছিল পোৱালতো । উদ্ধাৰ হোৱা হাতী পোৱালিতো প্ৰায় আঢ়ৈ মহীয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিছে। ঘটনা স্থলীত বন বিভাগৰ লোক সকলৰ উপস্থিত হৈ হাতী পোৱালি তো উদ্ধাৰ
গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বৰবাধা ভিচিডিচি কাৰ্যালয়ত খেলুৱৈ সকললৈ জাৰ্চি বিতৰণ। ২৮ নং গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, গোসাঁইগাওঁ জিলা ক্রীড়া সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্ম,গোসাঁইগাওঁ পৌৰসভাৰ পৌৰপতি প্ৰফুল্ল ইছলাৰী,ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ যুৱ শাখাৰ সাধাৰণ সম্পাদক সোমনাথ নাৰ্জাৰী লগতে ইউ পি পি এল দলৰ বিভিন্ন পৰ্য্যায়ৰ পদবীধাৰী সকল উপস্থিত থাকি
সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি সমাৰোহ। নিযুক্তি সমাৰোহত একেলগে নিযুক্তি পত্ৰ লাভ কৰিব ২৩ সহস্ৰাধিকে। নিয়মীয়া নহয়, নিয়মীয়া পদতহে হ’ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি। বিশেষ নিযুক্তিৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব ৰাজ্য চৰকাৰে।