৩১ আগষ্টৰ পৰা সন্ধানহীন মনজিৎ পেগু নামৰ ছাত্ৰজন
Category: Assamese News
মৰিয়াই মৰিয়াই মাতৃক হত্যা কুলাংগাৰ পুত্ৰৰহত হত্যাকাৰী পুত্ৰ গণেশ দাসক আটক আৰক্ষীৰ
নিশা বাটৰহাটৰ পৰা আটক কেইবাজনো তীৰৰ বুকিক আৰক্ষীৰ জালত হামিদ আলী, বাবুল আলী, ছাদ্দাম হুছেইন
যোৰহাট সংসদীয় সমষ্টি জনপ্ৰিয় সাংসদ গৌৰৱ গগৈৰ আজি জন্মদিন।সেই লৈ যোৱাকালি গৌৰৱ গগৈ ফ্ৰেণ্ড ক্লাৱৰ সদস্যসকলে সমগ্ৰ যোৰহাট জিলাখনতে বিভিন্ন কাৰ্যসূচীৰ গ্ৰহণ কৰি দলীয় নেতাগৰাকীৰ জন্মদিন উদযাপন কৰিছে। টীয়কৰ বলমা
টাইটান কেপিটেল নামৰ ট্ৰেডিং কোম্পানীৰে লুণ্ঠন কেইবা শতাধিক বিনিয়োগকাৰীক সুৰেশ মেধি, নিৰঞ্জন মালাকৰ আৰু ভাস্কৰ কলিতা নামৰ তিনিজন প্ৰৱঞ্চকে লুটিলে কোটি কোটি টকা