‘ধিং কাণ্ডত জড়িত দোষীক ৰেহাই দিয়া নহ’ব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ধিঙত এগৰাকী অসমীয়া কিশোৰীৰ ধৰ্ষণক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ। DGPক ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
Category: Assamese News
মুকালমুৱাৰ লোহাৰকাঠা পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতা। নাও খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য পাগলাদিয়াৰ পাৰ। নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাওঁ খেল। মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈৰ পাৰত নাওঁ খেল চাবলৈ সমাগম হ’ল হাজাৰ হাজাৰ দৰ্শক। লোহাৰকাঠা পাগলাদিয়া নৈৰ বুকুত অনুষ্ঠিত হৈছে পৰম্পৰাগত নাওঁ খেলৰ প্ৰতিযোগিতা। মুকালমুৱা
চালগিৰা আগিটোক চাংমা নামৰ যুৱক জনৰ পৰিয়ালৰ অভিযোগ বহু সময় লৈকে চিকিৎসাৰ অভাৱত GMCH ত পৰি আছিল। যাৰ বাবে মৃত্যু হৈছিল যুৱক জনৰ। যুৱকজন এটা পথ দূৰ্ঘটনাত পতিত হৈ অচেতন অৱস্থাত ৰাস্তা পৰি আছিল , নুনমাটি আৰক্ষীয়ে চিকিৎসাৰ বাবে যুৱক জনক লৈ আনিছিল GMCH লৈ।
ৰাজ্য চৰকাৰে ‘শিক্ষা-ক্ষেত্ৰ’ আঁচনিৰ অধীনত বিলুপ্ত কৰিব এইসমূহ বিদ্যালয় ৷ ইতিমধ্যেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰিব খুজিছে ৷ এইসমূহ সমীপৱৰ্তী আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে
পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্য জুৰি কৰ্ম বিৰতি হাজাৰ হাজাৰ চিকিৎসকৰ । ইয়াৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীস্হিত GNRC চিকিৎসালৰ মুখ্য দুৱাৰৰ সন্মুখত চিকিৎসক সকলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । আজি জৰুৰীকালীন চিকিৎসাৰ বাহিৰে কোনো ধৰণৰ চিকিৎসা সেৱাত ভাগ নলয় GNRC ৰ চিকিৎসক সকলে ।