চাইবাৰ অপৰাধী দিলোৱাৰ হুছেইনক আটক। গুৱাহাটীৰ হাতীগাঁৱৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। মৰিগাঁৱৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰিৰ মূল অভিযুক্ত দিলোৱাৰ হুছেইন। ধৃত দিলোৱাৰ হুছেইনৰ ভাড়াঘৰৰ পৰা জব্দ Central
Category: Assamese News
পখিলা খেদাৰ বয়সতে অচল হৈ গৈছিল কিশোৰীগৰাকীৰ ভৰি দুখন। SMA অৰ্থাৎ মানুহৰ শৰীৰৰ পেশীৰ গতি নিয়ন্ত্ৰণ কৰি স্নায়ুকোষক প্ৰভাৱিত কৰা এক ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। নগাওঁ জিলাৰ
সমগ্ৰ ৰাজ্যতেই বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ৰামফলবিল ভিছিডিছিৰ অধীনৰ নিজুমগুৰী, বেলগুৰি, দৈমুগুৰি গৈবাৰী আদি অঞ্চলৰ কেইবাখনো গাঁও। উক্ত
কলিয়াবৰত বৃদ্ধি পাইছে গৰুচোৰৰ উপদ্ৰৱ। প্ৰতিনিশাই গোহালিৰ পৰা চুৰি হয় গৰু। এইবাৰ গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ। কলিয়াবৰৰ দাৰিগজিৰ প্ৰদীপ শইকীয়া নামৰ লোকজনৰ গোহালিৰ পৰা দুটা
এটি শিশুৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত। ব্যক্তিগত হাস্পতালৰ চিকিৎসাৰ ভুলৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰলোকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। মৃত্যু হোৱা শিশুটি বাজাৰিছড়া এলেকাৰ কিশোৰ কুমাৰ পালৰ