Category: English News

নুনমাটিৰ হত্যা কাণ্ডৰ লগত জৰিত ৫ জন আটক

নুনমাটিৰ হত্যা কাণ্ডৰ লগত জৰিত ৫ জন আটক

গুৱাহাটী: গুৱাহাটীৰ নুনমাটিত শুকুৰবাৰে সংঘটিত এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ সাধাৰণ কথাক লৈ হোৱা কাজিয়াৰ পৰিণতিত এটি ১৬ বছৰীয়া কিশোৰে চোকা অস্ত্রৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে