Category: English News

গুৱাহাটী চিনে ক্লাবৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱৰ সফল সামৰণী

গুৱাহাটী চিনে ক্লাবৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱৰ সফল সামৰণী

গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী চিনে ক্লাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়াকৈ আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱ সোমবাৰে সফলতাৰে সামৰণী পৰে । ইপিনে এই সামৰণী অনুষ্ঠানত