Category: English News

নগাঁৱৰ পুৰণিগুদামত কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সফল সামৰণি

নগাঁৱৰ পুৰণিগুদামত কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সফল সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ (যি শিল্পই সাঁচিপাত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি হেঙুল-হাইতাল আদি ৰঙেৰে ছবি অঁকালৈকে বুজাইছে) কৰ্মশালাখনিৰ যোৱা ৰবিবাৰে সামৰণি পৰে