Category: English News

চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু

চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১৬জুলাই :–বানত বিধ্বস্ত অসম।মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে আহাৰমহীয়া বানত ৷ চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত