Category: English News

সু-খবৰ! এছিয়ান গেমছ ২০২৩ত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক

সু-খবৰ! এছিয়ান গেমছ ২০২৩ত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলে অৰ্জন কৰিলে স্বৰ্ণ পদক। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হোৱা ক্ৰিকট প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই সফলতা লাভ কৰিছে। উল্লেখ্য যে, প্ৰতিযোগিতাখনত এয়া ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১১৬