Category: English News

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি; দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি; দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি। বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) বিল ২০২০ৰ সংশোধনী। দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল। দিনত ২০% কমিব বিদ্যুৎ মাচুল। নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুৎ মাচুলৰ। সৌৰশক্তি বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তিৰ প্ৰকল্পৰ পৰা। সৌৰশক্তিৰ খৰচ ক’ম বাবে বিদ্যুৎ মাচুলো হ’ব কম।