Category: Entertainment News

মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

গুৱাহাটীঃ ফেশ্বন জগতৰ ক্ষেত্রখনত বিশেষ ভূমিকা গ্রহণ কৰি অহা মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ উদ্যোগত মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১ৰ অডিচন কালি গুৱাহাটীত অনুষ্ঠিত হয়৷ গুৱাহাটীৰ লিলি হোটেলত অনুষ্ঠিত এই অডিচনৰ পৰা