English News India

হিমাচল প্ৰদেশত আইনগতভাৱেই ভাং খেতি কৰা হ’ব; শুকুৰবাৰে ৰাজ্য বিধানসভাত গৃহীত হয় এই প্ৰস্তাৱ

1 min read

বিধানসভা সমিতিয়ে পৰামৰ্শসহ এখন প্ৰতিবেদন দাখিল কৰিছিল। তাত চিকিৎসা আৰু উদ্যোগিক ক্ষেত্ৰৰ প্ৰয়োজনত ভাং খেতি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছতে এই প্ৰস্তাৱ বিধানসভাত গৃহীত হয়। […]