Category: Sports News

আই পি এলত প্রথমবাৰৰ বাবে একে সময়তে দুখন মেচ

আই পি এলত প্রথমবাৰৰ বাবে একে সময়তে দুখন মেচ

আই পি এলৰ ইতিহাসত প্রথমবাৰৰ বাবে একে সময়ত অনুষ্ঠিত হ’ব দুখন মেচ৷ সম্প্রতি সংযুক্ত আৰব আমীৰশ্বাহীত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অন্তিম দুখন লীগ মেচ একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বি চি চি আয়ে৷ দৰাচলতে এদিনত দুখন মেচ থাকিলে প্রথমখন