Category: Top News

বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

🔴 কাতি বিহুৰ দিনাই মহানগৰবাসীক এই উপহাৰ দিব ৰাজ্য চৰকাৰে। 🔴 শ্ৰদ্ধাঞ্জলি উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে ২.৩ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতুখন। 🔴 ইতিমধ্যে ৰং-তুলিকাৰে সজাই তোলা হৈছে নৱনিৰ্মিত উৰণ সেতুখন।

বৰপেটাত লোমহৰ্ষক হত্যাকাণ্ড; কুঠাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা পত্নী আৰু কন্যাক

বৰপেটাত লোমহৰ্ষক হত্যাকাণ্ড; কুঠাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা পত্নী আৰু কন্যাক

বৰপেটা চহৰৰ গান্ধীনগৰত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ এই হত্যাকাণ্ডত স্বামীৰ হাতত থিতাতে নিহত হয় পত্নী আৰু নিজ কন্যা ৷ গান্ধীনগৰ নিবাসী স্বামী ঋষভ দাসে নিজ ঘৰৰ চোতালত কুঠাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংসভাৱে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক হত্যা কৰে৷ পাৰিবাৰিক সংঘাতৰ বাবেই এনেদৰে

নগাঁৱৰ ADP কলেজৰ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা

নগাঁৱৰ ADP কলেজৰ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা

নিউজ ব্যুৰ’,নগাঁও,১৩অক্টোবৰ:–নগাঁৱত এগৰাকী ছাত্ৰীয়ে  চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহত্যা কৰা ছাত্ৰীগৰাকী হৈছে মাৰজানা কাদিৰ লস্কৰ । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ  B.Vocৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী আছিল । মাৰজানা কাদিৰ লস্কৰৰ ঘৰ লংকাত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বিগত কেইদিনমান

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। কইনাধৰাত এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। যুৱকজনৰ বুকুত গুলী লগা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠত। বশিষ্ঠৰ এটা গাড়ীৰ শ্ব’ৰুমত কৰ্মৰত যুৱকজন। যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। যুৱকজনলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বত্তই। ঘটনাস্থলীত উদ্ধাৰ হৈছে