Category: Top News

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ২৩৬ ৰাণ কৰে । অসমৰ হৈ প্ৰথম মেচত অপৰাজিত ৮৩

পুনৰ ৯৫০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

পুনৰ ৯৫০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

কেবিনেটৰ নামত জিলা আয়ুক্তসকলে সৰ্বাধিক ৫ লাখ টকা ব্যয় কৰিব পাৰিব৷ কেবিনেটৰ নামত আৱৰ্ত ভৱন পৰিদৰ্শন বঙলা মেৰামতিৰ কাম কৰিব নোৱাৰিব জিলা আয়ুক্তই৷ এইবোৰ কামৰ তদাৰক কৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে৷ সোমবাৰে অসম কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত কেইবাটাও কাৰ্যসূচী

মহানগৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস ! পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

মহানগৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস ! পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

কুম্ভকৰ্ণ নিদ্ৰাৰত গুৱাহাটী আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ইটোৰ পাছত সিটোকৈ, চিলনী চোৰৰ সোণৰ চেইন কাঢ়ি নিয়া কাণ্ড অব্যাহত আছে ৷ আজিও দিন দুপৰতে মহানগৰীৰ ৰাজগড়ৰ কুণ্ডিল নগৰত সংঘটিত হয় চেইন কাঢ়ি নিয়া কাণ্ড ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মমিতা বৰাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন ৷ অধিবক্তা গৰাকীয়ে পুৱা

হামাছৰ হাতত শিশুসহ শতাধিক পণবন্দী, জাৰ্মান মহিলাক হত্যা

হামাছৰ হাতত শিশুসহ শতাধিক পণবন্দী, জাৰ্মান মহিলাক হত্যা

শনিবাৰে প্ৰবল ৰকেট আক্ৰমণৰ পাছত জল-স্থল আৰু পেৰাগ্লাইডিঙৰ জৰিয়তে আকাশমাৰ্গেৰে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা পেলেষ্টাইনৰ হামাছ যোদ্ধাই অসংখ্য ইজৰাইলীক পণবন্দী কৰিছে৷ ইজৰাইলৰ দক্ষিণ অঞ্চলৰ কমেও ২২ টাকৈ অঞ্চলত হামাছৰ যোদ্ধাই ঘৰে ঘৰে প্ৰৱেশ কৰি ইজৰাইলী লোকক হত্যা কৰিছে আৰু ঘৰদুৱাৰ জ্বলাই দিছে৷ শনিবাৰৰ পৰা ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল