ক্ৰীড়া জগতৰ সৈতে জৰিয়ত হৈ বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী পিছত আন এগৰাকীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলত সোণৰ পদক লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে আঠবছৰীয়া চয়ন বৰুৱাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে খেলি সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনাত বিভিন্ন দ’ল সংগঠৰ উষ্ম আদৰণি । যোৱা ৩০,৩১মে আৰু
Category: Top News
সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা সিমানেই বৃদ্ধি পাইছে। বিটিচিৰ ৩ নম্বৰ সমষ্টিত ইউপিপিএল দলৰ মুখপাত্ৰ তথা বিটিচিৰ মনোনীত কাৰ্যবাহী সদস্য উইলছন হাছদাৰ নেতৃত্বত দিনে নিশাই দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা চলাই থকা হৈছে। সেইমতে আজি শ্ৰীৰামপুৰৰ তিনিখন গাঁও ক্ৰমে তাৰিণীপুৰ, চন্দ্ৰপুৰ
By Abhijit KalitaAzara,June 6: Lokpriya Gopinath Bordoloi International Airport observed the birth anniversary of Assam’s first Chief Minister and Bharat Ratna awardee, Lokpriya Gopinath Bordoloi, with solemn reverence and patriotic fervor today. The commemorative ceremony commenced with the lighting of the ceremonial lamp by the Chief Airport Security Officer (CASO)
ক্ৰমাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেতবোৰ এলেকা ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ যাৰবাবে অভয়াৰণ্য খনৰ বহু বন্যজন্ত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷ এনেক্ষেত্ৰত কাজিৰঙাৰ ৰাজপথত বন্যজন্তুৰ সুৰক্ষাৰ বাবে সষ্টম হৈ পৰিছে পৰিবহণ বিভাগৰ INTERCEPTOR বাহন। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত যোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা। এখন মালবাহী মেজিকে এজন চাইকেল আৰোহীক মহতিয়াই নিয়াত সংঘটিত হয় এই দূৰ্ঘটনা । নিহত ব্যক্তি জনৰ নাম গোবিন শইকীয়া। মৃত গোবিন শইকীয়া ঘৰ মূদৈজান ভৰলোৱাত। গাড়ীখন ইতিমধ্যে টীয়ক আৰক্ষীয়ে কাকজানত আটক কৰিছে । টীয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট।