জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ শুকুৰবাৰে দীঘলী পুখুৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ হোৱাৰ পিছতে জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা। কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ। জিলা প্ৰশাসনৰ নিয়ম নমনাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিদেৰ্শনা পোৱাৰ পিছতে ক্ষুদ্র
Category: Top News
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ বাবে মুকলি কৰা ৪খন আঁচনি সমাপ্ত হ’বলৈ মাজত মাত্র ৯টা দিন বাকী৷ অহা ১৫ অক্টোবৰ ডেডলাইন হিচাপে লৈ মহানগৰীৰ বিভিন্ন প্রান্তত ব্যাপক সজাগতামূলক অনুষ্ঠান অব্যাহত ৰাখিছে কামৰূপ জিলাৰ পৰিবহণ বিভাগে৷ যিসকল লোকে এইপর্যন্ত কাগজৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চি ডিজিটেল কৰা নাই, তেওঁলোকৰ হাতত
অসম পুলিচত বৃহৎ নিযুক্তি । খালী ৫৩২৫ টা পদ। মেট্ৰিক পাছৰ পৰা ডিগ্ৰী লৈকে খালী পদ Assam Police Recruitment 2023 State Level Police Recruitment Board (SLPRB), Assam has released a number of employment notifications for the recruitment of 5325 posts of different cadres of Assam Police, APRO, Assam Commando Battalions, DGCD & CGHG,
🔴নতুনকৈ ক্ৰয় কৰা বাহনত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীয়ে🔴বৰপেটাৰােডৰ শিমলাগুৰিত এই ভয়ংকৰ দুৰ্ঘটনা🔴জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱ ব্যবসায়ীজনে বুধবাৰে এখন অল্ট’ কে টেন বাহন ক্ৰয় কৰিছিল। সিদিনাই নিশা বাহন ক্ৰয়ৰ আনন্দত নির্মলে আন চাৰিজন বন্ধুৰ সৈতে হাউলীলৈ ফুৰিবলৈ গৈছিল।🔴নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত নিশা প্রায়
বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰী আৰক্ষী পোহৰা চকীৰ সন্মুখতে বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ডাম্পাৰ- অলটোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন যুৱকৰ মৃত্যু আনহাতে গুৰুতৰ ভাৱে আহত তিনিজন। আহত যুৱককেইজনক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷ পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি