Category: Top News

অক্টোবৰৰ পৰা পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

অক্টোবৰৰ পৰা পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

🔷 প্রতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল। 🔷 দেওবাৰৰ পৰাই বলৱৎ‍ হ’ব নতুন নিৰিখ। 🔷 ৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ। 🔷 ৩০১–৫০০ ইউনিটলৈ বৃদ্ধি পাব ৫০ পইচাকৈ। 🔷 ৫০০ৰ অধিক ইউনিটত বৃদ্ধি পাব ১.২৯ টকাকৈ। 🔷 লগতে বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্রত বাঢ়িব ১.২৯টকাকৈ।

পুনৰ গুৱাহাটীত শিশু নিৰ্যাতনৰ ঘটনা

পুনৰ গুৱাহাটীত শিশু নিৰ্যাতনৰ ঘটনা

মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত। পুনৰ মহানগৰীত শিশু নিৰ্যাতনৰ ঘটনা। ড০ চাবিনা লাংথাছা নামৰ এগৰাকী প্ৰফেছৰে বনকৰা শিশু হিচাপে ৰাখিছিল ১০ বছৰীয়া কন্যা শিশুটিক। মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ শিশুটিক। শিশুটিৰ ঘৰ উমৰাংছ’ত।

কেৰেলাত অসামাজিক কামত লিপ্ত হ’বলৈ বাধ্য কৰোৱা অসমৰ ৫ গৰাকী যুৱতীক উদ্ধাৰ…

কেৰেলাত অসামাজিক কামত লিপ্ত হ’বলৈ বাধ্য কৰোৱা অসমৰ ৫ গৰাকী যুৱতীক উদ্ধাৰ…

কেৰেলাত অসামাজিক কামত লিপ্ত হ’বলৈ বাধ্য কৰোৱা অসমৰ যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাটোৱে প্ৰকৃততে এখন ভয়াৱহ দুনিয়াৰ কথা উদঙাই দিছে ৷ আৰক্ষী তৎপৰ হৈ থকাৰ পিচতো ৰাজ্যত চলি আছে মানৱ সৰবৰাহৰ কাৰবাৰ ৷ কম বয়সীয়া ছোৱালী তথা যুৱতীসকলক এই জালত ফঁচাই ৰাজ্যৰ বাহিৰত তেওঁলোকক অনিচিছাকৃতভাৱে অনৈতিক কামত

সাবধান! কলেজীয়া ছাত্ৰীক টাৰ্গেট কৰি কৃত্ৰিম যৌন প্ৰতিচ্ছবি ভাইৰেল কৰিছে দুষ্টচক্ৰই

সাবধান! কলেজীয়া ছাত্ৰীক টাৰ্গেট কৰি কৃত্ৰিম যৌন প্ৰতিচ্ছবি ভাইৰেল কৰিছে দুষ্টচক্ৰই

শেহতীয়াকৈ কিছুদিন পূৰ্বে এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ