Category: Top News

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত নামঘৰ পৰিচালনাক লৈ দীৰ্ঘদিনে চলি থকা আইনী যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ঘিলাধাৰী আৰক্ষী থানাত হ’বলগীয়া নামঘৰৰ শুনানিৰ পূৰ্বে কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক নামঘৰৰ খেলৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ ঘিলাধাৰী আৰক্ষী থানাত বৃহস্পতিবাৰে নামঘৰৰ শুনানি

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত পুনৰ সংৰক্ষণৰ আহ্বান

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত পুনৰ সংৰক্ষণৰ আহ্বান

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ, ২০২৩ঃ অসমৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত EWSৰ অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে আসন সংৰক্ষণৰ সুবিধা পুনৰ বাহাল ৰখাৰ বাবে আহ্বান জনাই আহিছে একাংশ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে। সেই উদ্দ্যেশ্যৰে যোৱা ২৫ আগষ্টত এক টুইটাৰ ধুমুহাৰে চৰকাৰী পক্ষক বিষয়টো অৱগত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল এই