Category: Top News

চলন্ত গাড়ীৰ পৰা পত্নীক ঠেলা মাৰি হত্যাৰ চেষ্টা স্বামীৰ…

চলন্ত গাড়ীৰ পৰা পত্নীক ঠেলা মাৰি হত্যাৰ চেষ্টা স্বামীৰ…

-ডিব্ৰুগড় বকুলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনাৰ মাৰ নৌযাওঁতেই আন এক ঘটনা সংঘটিত হৈছে বকুল বাইপাছতে। -চলন্ত গাড়ীৰ পৰা পত্নীক ঠেলা মাৰি হত্যা চেষ্টা স্বামীৰ। -ডিব্ৰুগড় বকুলৰ পৰা গুৱাহাটী অভিমূখে বাহনত গৈ থকা অৱস্থাতে পাখণ্ড স্বামী কৃষ্ণ কান্ত নাথে চলন্ত গাড়ীৰ পৰা গটিয়ালে পত্নী বৈশালী বৈশ্যক। -তাৰ পাছতে বাহনখন দুর্ঘটনা ৰূপ দিয়ে

বিশ্বকর্মা পূজাৰ দিনা কৰক এই কাম!

বিশ্বকর্মা পূজাৰ দিনা কৰক এই কাম!

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। বিশ্বকৰ্মা কোন?

আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

শৰতৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰ্বণ হ’ল গণেশ চতুৰ্থী। এই বছৰ গণেশ চতুৰ্থী পৰিছে আহিন মাহত। ইংৰাজী তাৰিখ অনুসৰি ১৯ ছেপ্টেম্বৰ মঙলবাৰে পালন কৰা হ’ব গণেশ চতুৰ্থী। চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ’ব তাৰ আগদিনাৰ পৰাই। ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.৩৯ মিনিটত আৰম্ভ হ’ব চতুৰ্থী। চতুৰ্থী তিথি থাকিব পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৪৩

মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন

মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন

🔴মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন🔴কৰ্তব্যত গাফিলতি আৰু সহকৰ্মীৰ লগতে গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰৰ অভিযোগ