In a resolute move towards delivering on his commitment to provide 1 lakh permanent jobs to Assam’s unemployed youth, Chief Minister Dr. Himanta Biswa Sarma recently presided over the distribution of appointment letters to 514 candidates who had previously appeared for the Assam Direct Recruitment Examination (ADRE). These candidates had
Category: Top News
নগাঁৱত উপস্থিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। শুক্ৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰি উলিয়াইছে। আনহাতে নগাঁও চিকিৎসা
মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।
বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই । বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50) আৰু নার্জিমা বেগম (42) ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
👍গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা 👍আজি ২৮ আগষ্ট আৰু এই ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস অৰ্থাৎ কলা দিন । 👍প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে গোসাইগাওঁৰ নেপালপাৰা চিলাৰায় ভৱনৰ কাৰ্যালয়ৰ বাখাৰাত উত্তোলন কৰে কলা পতাকা । 👍এইবছৰো আক্ৰাছুৱে গোসাইগাওঁৰ বিভিন্ন অঞ্চলত কলা