” If Gaurav Gogoi is well-versed in reciting Namaz and Kalima, he should also learn to chant Kirtan” – Dilip Saikia “I say this with immense pride — I am a devoted Swayamsevak of the Rashtriya Swayamsevak Sangh.” Guwahati, 16 June 2025: “I proudly declare that I am a swayamsevak
Category: Top News
বৰপেটা জিলাৰ চেঙাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুটা বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষত ৪ গৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকসকল হৈছে –১. চাজাহান আলি (১৬), পিতৃঃ আলম আলি – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত২. ৰঞ্জিত আলি (১৯), পিতৃঃ আব্দুল লতিফ – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত৩. আমিৰ হামজা
আজি দৰং জিলাৰ মাজ মজিয়াৰ মঙলদৈ ভেবাৰঘাটত এখন উন্নত মানদণ্ড বিশিষ্ট মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন হয় । মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ যুৱ নেতা গুৰুজ্যোতি দাসে শুভ উদ্বোধন কৰে অনুষ্ঠানটো । দৰং জিলাত প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা TECHNOFIX মোৱাইল ৰিপীয়েৰিং ট্ৰেইনিং চেণ্টাৰ
বাৰে বাৰে সলনি হৈছে দৃশ্যপট। সম্ভাৱনাময়ী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্য আৰু ৰহস্য। দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছে এটাৰ পিছত আনটো ৰহস্য। সময় বাগৰাৰ লগে লগে অধিক ঘনখোৰ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুকাণ্ড। ফাদিল হৈছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য। অসমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ আদিবাসী অধ্যষিত অঞ্চল সমূহত পথ সমূহ দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকাত উন্নয়ণৰ কাম আৰম্ভ কৰিছে। সমান্তৰালকৈ গোসাইগাঁওৰ বাশবাৰী আৰু পদ্মপুখুৰীত গাঁৱত ২০২৪-২৫ বৰ্ষৰ আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ পুঁজিৰে পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদাই,পদ্মপুখুৰী আৰু বাশবাৰী ৰাইজৰ