Category: Top News

মোৰ ৮ বছৰীয়া ল’ৰাটোৱে সোধে, পাপা কেতিয়া আহিব মা?

মোৰ ৮ বছৰীয়া ল’ৰাটোৱে সোধে, পাপা কেতিয়া আহিব মা?

‘‘মোৰ ডাঙৰ ছোৱালীজনীৰ কিবা হ’লে মই জীয়াই নাথাকো, মই ল’ৰা ছোৱালী কেইটা লৈ কিন্তু মৰি যাম। মই জীয়াই থাকিবলৈ ৰাস্তাই নাই কেনেকৈ জীয়াই থাকিম? মোৰ ৮ বছৰীয়া ল’ৰাটোৱে সোধে, পাপা কেতিয়া আহিব মা? মই ক’ৰ পৰানো আনি দিওঁ পাপাক? মইতো আজি এবছৰৰ পৰা গৈয়ে আছো থানাত। থানাত একো তদন্তই নহয়।

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক দয়াল চৰকাৰ ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, বিদ্যালয় চুটিৰ পিছত বিদ্যালয় চাফা কৰাৰ অজুহাত দেখুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ৷ ইয়াৰ

পুনৰ এবাৰ পত্নীৰ অবৈধ প্ৰেমেই কাল হ’ল স্বামীৰ বাবে..

পুনৰ এবাৰ পত্নীৰ অবৈধ প্ৰেমেই কাল হ’ল স্বামীৰ বাবে..

বাক্সা জিলাৰ বৰমাৰ মাধপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই সঞ্জয় কলিতা নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। পত্নী চণ্ডিতা কলিতাৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰাৰ ফলতে সংঘটিত হয় এই ঘটনা। এই অভিযোগ উত্থাপন কৰিছে মৃত সঞ্জয় কলিতাৰ পিতৃ মাতৃৰ লগতে গাঁওবাসীও। জানিব পৰা মতে, মৃত

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁৱত উপস্থিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। শুক্ৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰি উলিয়াইছে। আনহাতে নগাঁও চিকিৎসা