Category: Top News

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই । বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50)  আৰু নার্জিমা বেগম (42) ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা…

গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা…

👍গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা 👍আজি ২৮ আগষ্ট আৰু এই ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস অৰ্থাৎ কলা দিন । 👍প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে গোসাইগাওঁৰ নেপালপাৰা চিলাৰায় ভৱনৰ কাৰ্যালয়ৰ বাখাৰাত উত্তোলন কৰে কলা পতাকা । 👍এইবছৰো আক্ৰাছুৱে গোসাইগাওঁৰ বিভিন্ন অঞ্চলত কলা

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত নকৰিলে জিলা বন্ধ – থানা ঘেৰাওৰ হুংকাৰ মানৰ দিনৰ সকলো বৰ্বৰতাক চেৰাই এগৰাকী আদিবাসী বনকৰা মহিলাৰ ওপৰত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

এইবাৰ সূৰ্যৰ অধ্যয়নৰ বাবে সাজু হৈছে । সম্ভৱতঃ ২ ছেপ্টেম্বৰৰ পৰা ইছৰোৰ সূৰ্য অধ্যয়ন আৰম্ভ হ’ব । সূৰ্য অধ্যয়ন কৰিব ইছৰোৰ আদিত্য-এল ১ মহাকাশযানে । আদিত্য-এল ১ মহাকাশযান বিশেষভাৱে নিৰ্মাণ কৰা হৈছে যিয়ে ১.৫ মিলিয়ন দূৰৈত থকা সূৰ্যত ছোলাৰ কৰোনো আৰু ইন ছিটু পৰীক্ষা কৰিবলৈ সক্ষম হ’ব ।বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ