Category: Top News

নগাঁৱৰ কচুৱাত হেৰ’ইন আৰু ভাং জব্দ,আটক তিনি

নগাঁৱৰ কচুৱাত হেৰ’ইন আৰু ভাং জব্দ,আটক তিনি

নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট :–নগাঁও জিলাৰ কচুৱাত যোৱা নিশা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছ আৰু গাঞ্জা জব্দ কৰে । লগতে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ সৰবৰাহকাৰীক। কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰুগুৰিৰ দিলোৱাৰ হুছেইনৰ নামৰ লোকজনৰ বাসগৃহত এক অভিযান চলাইছিল । কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত, শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী; প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা

ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত, শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী; প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা

ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত, শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী…প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা অভিযুক্তৰ বাসগৃহত উদ্ধাৰ দ’মে দ’মে এডমিট কাৰ্ড  উদ্ধাৰ হোৱা এডমিট কাৰ্ডৰ সংখ্যা অতিক্ৰম ১৫০ৰ ঘৰ অসীম চক্ৰৱৰ্তীৰ নলবাৰীৰ বাসগৃহত উদ্ধাৰ ৫০খন এডমিট পলাতক অভিমন্যুৰ বাসগৃহতো উদ্ধাৰ অৰ্ধশতাধিক এডমিট উদ্ধাৰ হোৱা এডমিট কাৰ্ডকেইখন স্বাস্থ্য আৰু PNRD বিভাগৰ

অভয়াপুৰীত ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই…

অভয়াপুৰীত ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই…

অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই। লিংগছেদ কৰি জমা দিলে আৰক্ষীক।অভয়াপুৰীৰ আমবাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। মহিলাগৰাকীৰ আক্ৰমণত আহত মইন উদ্দিন নামৰ লোকজন সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন বক্তিগত খণ্ডৰ  চিকিৎসালয়ত চিকিৎসাধীন। আনহাতে, আহত লোকজনৰ পত্নীয়ে ভূমি সংক্ৰান্ত বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ

৭ ছেপ্টেম্বৰত ভাৰতলৈ জ’ বাইডেন

৭ ছেপ্টেম্বৰত ভাৰতলৈ জ’ বাইডেন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৭ ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কৰিব৷ তেওঁ ৮-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ শিখৰ সন্মিলনত ভাগ ল’ব৷ হোৱাইট হাউছৰ দ্বাৰা মঙলবাৰে এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হয়৷ জি-২০ৰ শিখৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে স্বচ্ছ শক্তি পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন, ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ আৰু বিশ্ববেংকৰ লগতে