ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত ৰঙিয়া আৰক্ষী।
Category: Top News
এক জঘন্য ঘটনা পোহৰত আহিছে! এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কর্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্রসহ দুগৰাকী ছাত্ৰীক নিলম্বন কৰিছে। অভিযুক্ত ছাত্ৰীগৰাকীক মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ’পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আজিৰে (১১ আগষ্ট) পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা সন্ধিয়া ৬.৩০ বজাৰ পিছত বন্ধ হ’ব ফেৰীসেৱা ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত
🔷 কাৰিকৰী শিক্ষানুষ্ঠানত অসমৰ ৬জনগোষ্ঠীৰ বাবে সংৰক্ষণ হ’ব আসন। 🔷 তাই আহোমৰ বাবে ১৬৪, চুতিয়াৰ বাবে ১৪৭, মৰাণৰ বাবে ১৩১, মটকৰ বাবে ১৩১ আৰু কোচ ৰাজবংশীৰ বাবে সংৰক্ষিত হ’ব ২১৩খন আসন । 🔷 ইতিমধ্যে চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰা হৈছে আসন। 🔷 ১ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব
🔴যোৰহাটৰ ৰাজপথত উদ্ধাৰ বিশ্বনাথৰ অপহৃত ছাত্ৰী🔴স্কুললৈ গৈ থকা পথত ৪জন যুৱকে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক🔴এখন গাড়ীত বলপূৰ্বকভাৱে লৈ গৈছিল যুৱতীগৰাকীক🔴ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি বলপূৰ্বকভাৱে অপহৰকাৰীয়ে দিছিল বেজী