মহানগৰীৰ গড়চুক অঞ্চলত এগৰাকী ১৬ বছৰীয়া কিশোৰীক পিতৃ-মাতৃৰ সন্মুখত নৃশংসভাৱে দলবদ্ধ ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ খবৰ পোৱাৰ লগে লগে দেওবাৰে পুনৰ গুৱাহাটীত গণধৰ্ষণৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। খবৰ অনুসৰি যোৱা ২ আগষ্টত সংঘটিত হৈছিল এই জঘন্য ঘটনা। চাৰিজনীয়া এটা দলে ১৬ বছৰীয়া কিশোৰীগৰাকীক পিতৃ-মাতৃৰ সন্মুখত ড্ৰাগছ সেৱন কৰাৰ পিছত
Category: Top News
অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা, চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব বাহনৰ গৰাকী বা চালকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। পুৰণি মেনুৱেল কাগজ–আধাৰিত লাইচেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ (RC) ডিজিটাইজড কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ ৩ মাহৰ
শেহতীয়া এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ চেষ্টা কৰাৰো
In a recent harrowing incident, a young woman from Guwahati emerged as a crusader against the growing menace of deepfake images circulating on social media. Unveiling the distressing truth, she revealed the shocking extent to which these artificial intelligence-powered manipulations have affected innocent lives. It all began when the courageous
ৰাজ্যত আইনৰ শাসনক নস্যাৎ কৰি বজৰং দলৰ নেতৃত্বত মুকলিভাৱে চলিছে অস্ত্র চালনাৰ প্রশিক্ষণ। মঙলদৈত দলটোৱে অনুষ্ঠিত কৰা চাৰিদিনীয়া প্রাদেশিক প্রশিক্ষণ শিবিৰৰ নামত সদস্যসকলক মুকলিভাৱে গুলীচালনা কৰিবলৈ দিয়া কাৰ্যই অঞ্চলটোৰ লগতে ৰাজ্যখনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল সেয়াই নহয়, শিবিৰত অংশগ্ৰহণ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে দিয়া উত্তেজনাপূর্ণ সাম্প্ৰদায়িক