Category: Top News

বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিজেপিৰ সভাপতি জে পি নাড্ডাই তাছাক নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সচিব হিচাপে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সাংগঠনিক ক্ষেত্ৰত তৎপৰতা। ২৯ জুলাই ২০২৩ত নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে। ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি

সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ

সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ

আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ। ছ’চিয়েল মিডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে। অতি ব্যয়বহুল এই ফ’নটো কিনিবলৈ মহিলাগৰাকীয়ে বিক্ৰী কৰি দিলে তেওঁৰ আঠমহীয়া পুত্ৰ সন্তানক। খবৰ অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ আৰ্থিক

মন্দিৰত হাফ পেণ্ট পিন্ধি সোমোৱাৰ বাবেই বাহিৰলৈ ওলিয়াই দিয়া হল এগৰাকী যুৱতীক

মন্দিৰত হাফ পেণ্ট পিন্ধি সোমোৱাৰ বাবেই বাহিৰলৈ ওলিয়াই দিয়া হল এগৰাকী যুৱতীক

শেহতীয়াকৈ গুৱাহাটীৰ সুক্ৰেশ্বৰ মন্দিৰত সংঘটিত এক ঘটনাৰ এটা ভিডিঅ’ই পুনৰ চৰ্চা লাভ কৰিছে। য’ত দেখা গৈছে যে এগৰাকী যুৱতীক হাফপেণ্ট পিন্ধাৰ বাবে এগৰাকী মহিলাই মন্দিৰ চৌহদৰ পৰা ঠেলি উলিয়াই দিছে। বোল বুম যাত্ৰাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই মন্দিৰত বহু লোকৰ ভিৰ হৈছে। আৰু ইয়াৰ সময়তে এই ধটনাটো সংঘটিত

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি চৰম সিদ্ধান্ত ছাত্ৰীৰ

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি চৰম সিদ্ধান্ত ছাত্ৰীৰ

নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছি গাঁৱত বুধবাৰে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ছাত্ৰীগৰাকী ক্ষুদ্ৰ কটলাবৰকুছি গাৱঁৰ মিনাক্ষী তালুকদাৰ বুলি জানিব পৰা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত (কম্পাৰ্টমেণ্টেল) ছাত্ৰীগৰাকীয়ে পুনৰ অনুতীৰ্ণ হোৱাত মানসিকভাৱে ভাগি পৰি এনে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে গাঁৱখনৰ তপন তালুকদাৰৰ কন্যা মিনাক্ষী তালুকদাৰে সদ্যঘোষিত হাইস্কুল

তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ

তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ

মুখ্যমন্ত্ৰীয়ে দিছে নিৰ্দেশ, তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা ভুৱা ডিগ্ৰী গ্ৰহণ কৰি নিযুক্তি লাভ কৰাসকলৰ ডিগ্ৰীৰ বৈধতা পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিক্ষাবিভাগে আৰম্ভ কৰিছে তদন্ত। অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা