Category: Top News

পাঠশালা: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সােমাল এল্ট’ বাহন।

পাঠশালা: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সােমাল এল্ট’ বাহন।

🔴 নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সােমাল এল্ট’ বাহন।🔴 দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ ৫গৰাকী যাত্ৰী।🔴 পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।🔴 বঙাইগাঁৱৰ পৰা ঢেকীয়াজুলিলৈ গৈ আছিল AS 01B U9762 নম্বৰ এল্ট’ বাহনখন।

ব্ৰহ্ম দেৱক মন্দিৰত কিয় পূজা কৰা নহয় ?

ব্ৰহ্ম দেৱক মন্দিৰত কিয় পূজা কৰা নহয় ?

কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, এই ত্ৰিমূৰ্তিৰ কথা। এফালে ব্রহ্মজীক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়। এই ত্ৰিত্বৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্ম জীক পৃথিৱীৰ ক’তো পূজা কৰা নহয়। কিয় জানেনে?

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ  পিতৃ-মাতৃৰেই চিন্তা হয়৷ বিশেষকৈ মাতৃসকলৰ মনত এই চিন্তা থাকে– শিশুটিক কেনেদৰে হৃষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷