IPS officer Ravi Sinha has been appointed as the new Research and Analysis Wing (RAW) chief to replace incumbent Samant Goel. Mr Sinha, a 1988 batch IPS officer from Chhattisgarh cadre, is currently second in command of the agency, and was heading the operational division for the last seven years.
Category: Top News
মূল্যবৃদ্ধি ৰোধৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত নিত্য প্রয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে। সমান্তৰালকৈ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বৰ্ধিত বিদ্যুত মাচুল। যেন নিয়ন্ত্রণহীন হৈ পৰিছে বিদ্যুত মাচুল। শক্তি বিভাগ আছে কিন্তু ৰাইজৰ দুখ-দুৰ্দশা শুনিবলৈ আহৰি নাই। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাও এই ক্ষেত্ৰত নিমাত। চকুমুদা কুলিৰ ভাৱত
-মহানগৰীৰ জালুকবাৰীৰ কাঠিয়াদলঙত চাঞ্চল্যকৰ ঘটনা। -বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ। -ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। -কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। -ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক। -ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। – ১৪ জুন তাৰিখে জালুকবাৰীত বাথৰুমত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। -আৰক্ষীৰ
অহা চৈধ্য মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম৷– এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আভ্যন্তৰীণ জলপৰিবহনৰ জাহাজৰে পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তাসকলৰ পৰা কামৰ বুজ লয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত
আকৌ মহানগৰীত জলবিস্ফোৰণ । পানীৰ পাইপ ফুটি বহুমিটাৰ ওপৰলৈ উঠিল পানী । পাইপৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ । কমাৰ্চ কলেজৰ সন্মুখত এই ঘটনা । সকলো ফালে কেৱল পানী আৰু পানী। খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ জু ৰোড। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল জুৰোডৰ বিস্তৃত অঞ্চল। কমাৰ্চ আৰু ৰাজগড় ৰোডৰ