Category: Top News

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যাৰ৷ মহিলা এছিয়া কাপৰ বাবে ভাৰতীয় ‘এ’ দলত স্থান লাভ বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ জীয়ৰী উমা ছেত্ৰী।১২ জুনৰ পৰা হংকঙত অনুষ্ঠিত হ’ব এছিয়া কাপ টুৰ্ণামেণ্টখন৷ ১৩ জুনত হংকঙৰ বিৰুদ্ধে ভাৰতৰ এছিয়া কাপৰ প্ৰথমখন মেচ৷ ১৫ জুনত থাইলেণ্ড, ১৭ জুনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিল!

গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিল!

🔴ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ অশনি সংকেত🔴গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিল🔴প্ৰয়োজনীয় ফেকাল্টি নথকাত NMCৰ এই সিদ্ধান্ত🔴NMCএ নিৰূপণ কৰা মানদণ্ড অৱনতি হোৱাৰ বাবে স্বীকৃতি বাতিল🔴গুজৰাট, তামিলনাডু, পাঞ্জাৱৰ ৪০ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল

নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল…

নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল…

-নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল -ৰূপহীহাট থানাৰ IC ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি -জাজৰী থানালৈ বদলি ৰহাৰ OC সম্প্রীতি হাজৰিকাক -জাজৰী থানাৰ OCক উলুৱনি থানালৈ বদলি -উলুবনিৰ OCক খাটোৱাল থানালৈ বদলি -লাওখোৱা চাপৰিৰ OC মিতু দাসক জুৰীয়া থানালৈ বদলি -জুৰিয়াৰ OC মুন্না পাচনীক জখলাবন্ধা থানালৈ বদলি -কামপুৰৰ OC মণিৰাম কলিতাক

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

  নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–ভৌগোলিক মান্যতা লাভ কৰা তেজপুৰৰ লিচু চলিত সপ্তাহতে ৰপ্তানি কৰা হ’ব লণ্ডনলৈ ৷ দেশে-বিদেশে সমাদৃত তেজপুৰৰ ৰসাল তথা সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা খবৰে মন ভাল লগাইছে তেজপুৰৰ লিচু ব্যৱসায়ীৰ । এয়া অসমৰ বাবেই এক গৌৰৱৰ বতৰা ৷ ২০২২ বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীলৈ

ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGPৰ কাঢ়া নিৰ্দেশনা৷

ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGPৰ কাঢ়া নিৰ্দেশনা৷

ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGPৰ কাঢ়া নিৰ্দেশনা৷ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ বিশেষ একছন প্লেন প্ৰস্তুত৷ নগাঁও, কামৰূপ (মেট্ৰ’), বৰপেটা, কামৰূপ, শোণিতপুৰ, ধেমাজি, নলবাৰীক লৈ একছন প্লেন৷ ইতিমধ্যে সংগ্ৰহ কৰা হৈছে দুৰ্ঘটনাপ্ৰৱণ জিলাকেইখনৰ সবিশেষ তথ্য৷ চিনাক্ত কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ জ’নসমূহ৷