টীয়কৰ প্ৰতিবেদক ৫ মে/২৩ বিজেপি কলিয়াপানী মণ্ডল অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত ২ নং কাৱৈমাৰী গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত কাৱৈমাৰীত আজি দ্বিতীয় সংখ্যক শান্তি সতী ৰাধিকা উৎসৱ উদযাপন কৰা হয়।এই লৈ পুৱা ধৰ্মধ্বজা উত্তোলন,গছ পুলি ৰোপণ,বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সমাপন হোৱাৰ পাছত অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক লীলাকান্ত দাসৰ সভাপতিত্বত এখনি মুকলি সভা
Category: Top News
নিউজ ব্যুৰ’,নগাঁও,৪মে’:–নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেংটেং আমগুৰি অঞ্চলত যোৱা নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজন উক্ত গাৱঁৰে নিবাসী অজিত চাওঁৰা( ৪৩) বুলি আৰক্ষীৰ লগতে বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে । জানিব পৰা মতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা বন্যহস্তীয়ে
ৰাজস্থানৰ ছিকাৰৰ মোদী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাৰ ভিতৰত মেঘালয় নংপোহৰ এগৰাকী ১৮ বছৰীয়া কিশোৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃত ৱালিণ্ডা বিনং নামৰ ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল। সংবাদ মাধ্যমৰ আগত এগৰাকী তদন্তকাৰী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ‘ৱালিণ্ডাক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত আৰক্ষীক জনোৱা
ভাৰতৰ এটা শিৱ মন্দিৰৰ বিষয়ে এটা বিশ্বাস আছে যে ইয়াত নন্দীৰ প্ৰতিমূৰ্তি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। জানো আহক এই ৰহস্যময় শিৱ মন্দিৰৰ আমোদজনক কাহিনী। ভাৰতৰ বহু মন্দিৰ ৰহস্যৰে ভৰা। ইয়াৰে এটা হৈছে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত অৱস্থিত শ্ৰী যগন্তী উমা মহেশ্বৰ মন্দিৰ। পঞ্চদশ শতিকাত সংগম বংশৰ ৰজা হৰিহৰ বুক্কাই নিৰ্মাণ কৰিছিল
Assam tourism minister Jayanta Mallabaruah on Monday flagged off FlyBig flight services from Guwahati to Dibrugarh with 64 passengers onboard from Lokapriya Gopinath Borodoloi International Airport in Guwahati. FlyBig flight services will be operated between Guwahati-Dibrugarh-Guwahati and Guwahati-Silchar-Guwahati under an agreement with the Assam government. In a further push to