ৰাস্তা নিৰ্মাণৰ কাম সঠিকভাৱে হোৱা নাছিল। সেই ভুল ঠিকাদাৰক দেখুৱাই দিয়াৰ বাবে সংগঠনৰ নেতা লক্ষী দাস পানীকাক প্ৰচণ্ড চৰ শোধালে ঠিকাদাৰ নিৰ্মল মুৰে। জল-জীৱন মিছনৰ কাকতিবাৰী চাহনি হাবিত নিৰ্মাণ হৈ থকা পানী যোগান প্ৰকল্পত ব্যাপক দুৰ্নীতি অনিয়ম কৰাৰ অভিযোগ ঠিকাদাৰ নিৰ্মল মুৰৰ বিৰুদ্ধে।
Category: Top News
🔴 মুকালমুৱাৰ ২নং কেকানকুছিত লজ্জাজনক ঘটনা🔴 গোপনে অনুষ্ঠিত কৰিছিল অশ্লীল নৃত্যৰ অনুষ্ঠান🔴 ম’বাইলে ম’বাইলে ভাইৰেল হৈছিল ভিডিঅ’🔴 সমাজত অপসংস্কৃতি বিয়পোৱা কাৰ্যত তীব্ৰ গৰিহণা🔴 আয়োজক সমিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ🔴 শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ
ডিমাছা বিদ্রোহী সংগঠন ডি এন এল এৰে হোৱা শান্তি চুক্তিৰ পিছত এতিয়া আলোচনাপন্থী আলফাৰ পাল। সকলো ঠিকে ঠাকে থাকিলে মে মাহতেই সম্পন্ন হব আলফা-কেন্দ্ৰ-ৰাজ্যৰে ত্রিপাক্ষিত বুজাবুজি চুক্তি। নতুন দিল্লীত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ইতিমধ্যে শান্তি চুক্তিৰ খচৰা এটা প্ৰস্তুত কৰা হৈছে
গুৱাহাটী-মানকাচৰ নৈশ বাছত সুৰক্ষিত নহয় মহিলা যাত্ৰী। নৈশ বাছত যুৱতীৰ শৰীৰত স্পৰ্শ কৰিলে ৬৫ বছৰীয়া লম্পট যাত্ৰীয়ে। ধেমাজী জিলাৰ টেট শিক্ষয়িত্ৰী গৰাকী মানকাচৰত কৰ্মৰত। ছুটি সমাপ্তৰ পাছত ঘৰৰ পৰা মানকাচৰলৈ নৈশ বাছত আহি আছিল শিক্ষয়িত্ৰী গৰাকী। গুৱাহাটীৰ পৰা AS34 C0488 নম্বৰৰ আজুৱা নামৰ নৈশ বাছযোগে আহি আছিল যুৱতী গৰাকী। নিশা
ব্যক্তিগত কাৰণত প্ৰেছ ক্লাবৰ সভাপতিৰ পদ ত্যাগ কৰা মনোজ কুমাৰ নাথে প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ সভাপতি তথা অন্যান্য পদসমূহৰ পৰাও অব্যাহতি লৈছে। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সমিতিক অৱগত কৰিছে। এই বিষয়ত গুৱাহাটী প্ৰেছ ক্লাৱৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ কোনো কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত