অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা। পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই। মঙলবাৰে মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী ওৰফে বাগেশ্বৰ বাবা।
Category: Top News
জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ ক’বলৈ গ’লে সাধুসকলে তেওঁলোকৰ চুলিখিনি বৰ ভাল পায়, চুলি তেওঁলোকৰ অলংকাৰ, কিন্তু ইয়াৰ যত্ন লোৱাটো অতি কঠিন। সাধুসকলে চুলিখিনি ক’লা মাটিৰে ধুই, তাৰ পিছত সূৰ্য্যৰ পোহৰত শুকুৱাই লয়। যদিও কিছুমান সাধু আছে যিয়ে জটা চলাবলৈ বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয়, তথাপিও সাধু বাবাই
হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই সোণৰ পদক অৰ্জন কৰে। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত যথেষ্ট সহজে ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে। হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী
The 7th edition of Open Streets Guwahati event was held near Dighalipukhuri on 19th March 2023. The event was inaugurated by Ms. Ratna Singh, GMC Ward Councillor for Ward no 31 (Dighalipukhuri and Paltanbazar area). Local social worker Manjit Hazarika also attended the event. Open Streets events are organised across
স্বামীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী মহিলাই বিহপান কৰি আত্মহনণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহপাৰাত ৷ প্ৰাপ্ত খবৰ অনুসৰি চাৰি সন্তানৰ মাতৃ এগৰাকীক স্বামী মহিদুল ইছলামে দীৰ্ঘদিন ধৰি চলাই আহিছিল মানসিক আৰু শাৰিৰীক নিৰ্যাতন ৷অভিযোগ উঠা মতে যৌতুক বিচাৰিয়ে প্ৰায়ে অকথ্য নিৰ্যাতন চলাইছিল ৷স্বামীৰ