‘প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাপে সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতি মাহে লৈছিল ১৬ লাখকৈ টকা’। NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক অভিযোগ | প্রতীক হাজেলাৰ পৰা NRC কেলেংকাৰীৰ ভাগ হিচাপে সমুজ্জ্বল ভট্টাচার্যই প্রতি মাহে ১৬ লাখকৈ টকা লৈছিল । এই খবৰ বজাৰত শুনা বুলি মন্তব্য কৰে সামাজিক মাধ্যমত হিতেশ দেৱ
Category: Top News
আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি।দিনৰ ১১.৩০ বজাৰ পৰা হ’ব সাংবিধানিক বিচাৰপীঠত হ’ব শুনানি। মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ চন কৰাৰ বাবে ন্যায়ালয়ত তৰিছিল গোচৰ।ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ দাবীত অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ।
হৃদযন্ত্ৰ বিকল হোৱাৰ সচৰাচৰ লক্ষণবোৰ হৈছে খোজ কঢ়া বা আন যিকোনো কামৰ সময়ত উশাহ লোৱাত অসুবিধা, ভৰি বা পেট ফুলা, ভাগৰ আৰু শক্তিৰ অভাৱ। হৃদযন্ত্ৰটো প্ৰকৃততে এক পেশীবহুল পাম্প, যাৰ কাম হৈছে শৰীৰৰ গুৰুত্বপূৰ্ণ অঙ্গ যেনে মস্তিষ্ক, বৃক্ক আদিলৈ তেজ পাম্প কৰা। যেতিয়া হৃদযন্ত্ৰই এই গুৰুত্বপূৰ্ণ অঙ্গবোৰলৈ পৰ্যাপ্ত তেজ যোগান
দীঘলীয়া সময়ৰ বাবে ৰাখিলেও মৌ কেতিয়াও নষ্ট নহয়। সকলোবোৰ বেয়া হ’ব পাৰে, কিন্তু বহুলোকে নাজানিব পাৰে যে মৌ কিয় নষ্ট নহয় যদিও ইয়াক দীঘলীয়া সময়ৰ বাবে ৰখা হয়। মৌত অত্যাধিক পৰিমাণৰ চেনী থাকে আৰু অতি কম পৰিমাণৰ পানী থাকে, যাৰ বাবে মৌ হৈছে এক হাইগ্ৰোস্কোপ, সেয়েহে ই কেতিয়াও শুকাই নাযায়
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল ৰহস্য জনক আত্মহত্যাৰ ঘটনা। জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লীনা নাথে ৰহস্যজনক ভাবে আত্মহত্যা কৰে। এই ঘটনাটো সংঘটিত হৈছে বামুনীমৈদামত। উল্লেখ্য যে, শোনিতপুৰৰ জামুগুৰিহাটৰ বাসিন্ধা পংকজ নাথে বামুনীমৈদামত পিতৃ মাতৃৰ সৈতে ভাড়া ঘৰত থাকি ফাৰ্মাচীৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছিল। প্ৰায় ছয় মাহ পূৰ্বে পংকজে ইনষ্টাগ্ৰামত বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপৰ