নতুন বছৰৰ প্ৰাকক্ষণত কেবিনেটৰ ডাঙৰ সিদ্ধান্ত! অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হল বিশ্বনাথ, হোজাই, তামুলপুৰ,বজালী জিলা ! চাওক ভিডিও:
Category: Top News
কেচু খান্দোতে ওলাইছে সাপ। নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে মহানগৰীৰ স্পা সমূহলৈ উজনি অসমৰ ধুনীয়া যুৱতীক যোগান ধৰা পল্লৱী কলিতাকো গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। যোৰহাটৰ বৰুৱা চাৰিআলিত বাৰবাৰা নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাৰ
ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ শুকুৰবাৰে পুৱা ৰুৰকীত এক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ঋষভ। দুৰ্ঘটনাটোৰ পিছত পণ্টে গাড়ীৰ গ্লাছ ভাঙি ওলাই আহি বিষত ভুগি আছিল, তাৰ পিছত তাত উপস্থিত থকা একাংশ লোকে তেওঁৰ বেগৰ পৰা টকা লৈ পলায়ন কৰে। অৱশ্যে তাত থকা দুজন মানুহে
গুৱাহাটী মহানগৰীৰ একাংশ বিউটি পাৰ্লাৰৰ স্পাত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱা বিষয়ে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰচাৰ হোৱাৰ পিছতে থৰকাছুটি হেৰাইছে মহানগৰ আৰক্ষীৰ ৷ গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে অবৈধ নাৰী দেহ ব্যৱসায়ৰ অন্যতম মাষ্টাৰ মাইণ্ড জোনমণি দাস সহ তেওঁৰ কে’বা গৰাকী সতীৰ্থ ৷ আনহাতে জোনমণিৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে ক্ৰাইম ব্ৰাঞ্চে যোৰহাটত অভিযান চলাই আটক
গাড়ী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ঋষভ পণ্ট; ক’ত ক’ত আঘাত পালে ? টীম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দিল্লীৰ পৰা ৰুৰকীলৈ গৈ আছিল পণ্ট। ঋষভৰ গাড়ীখন ৰেলিঙৰ সৈতে খুন্দা মৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ভৰি আৰু কপালত অধিক আঘাত পাইছে পণ্টে। সংকটজনক অৱস্থাত তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।