Advertisement

Category: Top News

দৰং গৰিয়া মৰিয়া দেশীৰ সমূহীয়া ইফটাৰ সম্পন্ন

দৰং গৰিয়া মৰিয়া দেশীৰ সমূহীয়া ইফটাৰ সম্পন্ন

ৰোজাই মানুহৰ মাজৰ অসমনতা দূৰ কৰে ৰোগ নিৰ্মূল কৰে,মানুহৰ আয়ুস বঢ়ায় মঙলদৈ,৬ এপ্ৰিল:: সদৌ অসম গৰিয়া দেশী জাতীয় পৰিষদ,দৰং জিলা সমিতিয়ে মঙলদৈ ইয়ুথ ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰা ৰমজানৰ ৰোজাৰ সমূহীয়া