Category: Top News

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! হ’ব ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা! ১৬খন জিলাত জাৰি Yellow Alert!

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! হ’ব ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা! ১৬খন জিলাত জাৰি Yellow Alert!

শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণ হৈছিল। কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ ভিন্নপ্ৰান্তত বতৰ বিজ্ঞান বিভাগে কেইবাখনো জিলাত Orange Alert আৰু Orange Alert জাৰি কৰিছে। দেওবাৰে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ১৬খন জিলাত জাৰি কৰিছে Yellow Alert। ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং,

পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে নিৰ্মীয়মান টুইন টাৱাৰৰ আলোকচিত্ৰ

পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে নিৰ্মীয়মান টুইন টাৱাৰৰ আলোকচিত্ৰ

শনিবাৰে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমযোগে কয়, ‘টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।’ ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ। ‘এডভাণ্টেজ আছাম 2.O’ৰ সফল সামৰণিৰ পাছত সামাজিক মাধ্যমত উত্থাপন হৈছিল টুইন টাৱাৰৰ প্ৰসংগ। ২০১৮ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে অনুষ্ঠিত

ওদালগুৰিৰ নালাপাৰাত চৰকাৰী প্ৰচাৰ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ

ওদালগুৰিৰ নালাপাৰাত চৰকাৰী প্ৰচাৰ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ

ৰাইজৰকেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ দুদিনীয়া ফটো প্ৰদৰ্শনীৰ সামৰণি কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি), ক্ষেত্ৰ কাৰ্যালয়, তেজপুৰৰ উদ্যোগত ওদালগুৰিৰ নালাপাৰাত আয়োজিত দুদিনীয়া ফটো প্ৰদৰ্শনী তথা সজাগতা কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি “বিকশিত ভাৰত @ ২০৪৭” শীৰ্ষক এক প্ৰদৰ্শনী প্ৰদৰ্শিত কৰা হয়।কাৰ্যসূচীৰ দ্বিতীয়

কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত ! জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ লাডাখলৈ যোৱা পথত ভূমিস্খলন

কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত ! জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ লাডাখলৈ যোৱা পথত ভূমিস্খলন

জম্মু কাশ্মীৰত পুনৰ প্ৰচণ্ড তুষাৰপাত । বৃহস্পতিবাৰৰ পাছত, আজি পুৱা জম্মু আৰু কাশ্মীৰৰ বৃহৎ অংশত পুনৰ তুষাৰপাত আৰম্ভ হয়। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰশাসনিক সূত্ৰ অনুসৰি, বানিহাল আৰু কাজিগুণ্ডৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্ৰচণ্ড বৰফ জমা হৈছে, যাৰ ফলত যান-বাহন চলাচল বন্ধ কৰি দিয়া হয়। কিছুদিনৰ পৰা নিৰন্তৰ তুষাৰপাত হোৱাৰ ফলত, বানিহালৰ পৰা

বদ্ৰীনাথত হিমস্খলন: আৰু ১৫জন শ্ৰমিকক উদ্ধাৰ কৰিলে সেনা !

বদ্ৰীনাথত হিমস্খলন: আৰু ১৫জন শ্ৰমিকক উদ্ধাৰ কৰিলে সেনা !

উত্তৰাখণ্ডৰ হিমস্খলন ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ভাৰতীয় সেনাই এই পৰ্যন্ত ৪৭ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও সন্ধানহীন হৈ আছে আৱদ্ধ হৈ থকা কমেও আঠজন শ্ৰমিক। শুকুৰবাৰে বিয়লি উত্তৰাখণ্ডৰ চামোলী জিলাৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত হঠাৎ সৃষ্টি হয় ভূমিস্খলন । সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন কৰ্মী হিমস্খলনত আৱদ্ধ