Category: Top News

৭-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব হেমামালিনী!

৭-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব হেমামালিনী!

ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰিমন্দিৰত। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ অহা ৰাস মহোৎসৱ এইবেলি ৮৯ তম্ বৰ্ষ হিচাপে ৭ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব। এইবেলি ৰাস মহোৎসৱত বলিউদৰ প্ৰখ্যাত মোহময়ী অভিনেত্ৰী