Category: Top News

১৫ দিনে সন্ধানহীন নলবাৰীৰ অৰাৰাৰ দশম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰ

১৫ দিনে সন্ধানহীন নলবাৰীৰ অৰাৰাৰ দশম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰ

নলবাৰীঃ অৰৰাৰ সুমেশ আহমেদ আৰু মমতাজ বেগমৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ ছিকাণ্ডৰ ৯ জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। নৱ শক্তি হাইস্কুলৰ মেধাৱী ছাত্ৰ শ্বাহ ছিকাণ্ডৰ দশম শ্ৰেণীৰ ছাত্ৰ পোন্ধৰদিনে সন্ধানহীন হৈ থকাত কান্দোনত ভাগি পৰিছে পৰিয়ালটি। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াব পৰা নাই

Cattle Smuggling on the Rise in South Kamrup

Cattle Smuggling on the Rise in South Kamrup

Locals Frustrated by Police Inaction Guwahati, Jan 21: Reports of rampant cattle smuggling have surfaced, with South Kamrup becoming a key hub for illegal operations. Locals allege that police inaction and corruption have allowed smuggling syndicates to thrive, with Meghalaya emerging as a new transit route for this illegal trade.

ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ

ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ

ছয়গাঁৱৰ উদ্যমী মহিলা ৰশ্মিৰেখাৰ কৰ্ম জীৱনৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন এগৰাকীৰ সাধাৰণ মহিলাই কৰ্মৰে বহুতোক দেখুৱাইছে আদৰ্শ… ছয়গাঁৱৰ ৰশ্মিৰেখা কলিতাই 2000 চনৰ পৰা ৰশ্মিৰেখা ট্ৰেইনিং চেন্টাৰ নামেৰে এক অনুষ্ঠান আৰম্ভ কৰি অঞ্চলটোৰ হাজাৰ হাজাৰ মহিলা যুৱতীক কৰ্ম সংস্থাপনৰ বাট দেখুৱাইছে । চিলাই, এম্বোদাৰী, মৰাপাট সামগ্ৰী, অলংকাৰ নিৰ্মাণ